Posts

Success tips in Assamese

আহক আজি ইয়াৰ বাবে কিছুমান কথা উল্লেখ কৰো। জীবনত সাফল্য অৰ্জন কৰিবলৈ তলৰ উল্লেখিত কথাখিনি ভাল দৰে শোধন কৰি মনৰ লগত মিহলাই চাব পাৰে আপোনাৰ কি কম বা নথকা অনুভৱ হয়।       প্ৰতিজন মানুহৰ জন্মই হৈছে সফলতা লাভৰ বাবে। কিবা এটা পাবৰ বাবে।জয় লাভ কৰাৰ বাবে আৰু এই প্ৰাপ্ত, জয়লাভ আৰু সফলতা হৈছে ব্যক্তি এজনৰ অধিকাৰ। এই সফলতা এজনে কেতিয়া পাব পাৰে সেইটো নিৰ্ভৰ কৰে তেঁওৰ চেষ্টা আৰু কামৰ ওপৰত। কিন্তু সফলতা কেতিয়াও ৰাতিৰ ভিতৰতে নাহে। হাজাৰ চেষ্টা ,সাধনৰ পিছতহে আহে এই সফলতা। সফল ব্যক্তি সকলৰ সফলতাৰ ইতিহাস পৰ্যালোচনা কৰিলে আমি দেখিবলৈ পাওঁ যে সিহতৰ জীৱনক আগুৱাই লৈ যোৱাত সন্মুখীন হব লগা হৈছে বহু বাধাৰ প্ৰাচীৰ। সকলো সময়ত সিহতে স‌‌‌ংগ্রাম কৰি আহিছে নিজৰ লগত।কিছুমান প্ৰত্যাহবান স্বৰূপে ঘটা ঘটনাৰ উল্লেখ তলত কৰিলো ১/ চীনর এজন যুৱকে চাকৰিৰ বাবে আমেৰিকা কোনে এটা মাল্টিশ্যন্যল কোম্পানীত ইন্টাৰভিউ দিবলৈ গৈছিল।তেওঁ বেয়াকৈ অসফল হৈছিল।কাৰণটো আছিল তেওঁৰ ইংৰাজী বহুতো দূৰ্বল আছিল আৰু এইবোৰ লৈ তাত থকা মানুহবোরে তেওঁৰ ইংৰাজীক লৈ বহুতো ঠাট্টা আৰু হাঁহি মাৰি উৰুৱাই দিছিলে। বেচেৰা সিদিনা মনত বহুতো দুঃখ লৈ উ...
Recent posts